67
গুনমনি কলিতা, বটদ্ৰৱাঃ নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙৰ একান্ত প্ৰচেষ্টাত সোমবাৰে নগাঁও জিলাৰ ডিমৰুগুৰী আমতল পথৰপৰা এগৰাকী দৰিদ্ৰ, এখন ভৰি ভঙা, নিজে কোনো কাম-কাজ কৰিব নোৱাৰা বৃদ্ধাক উদ্ধাৰ কৰা হয়|
ডিমৰুগুৰী আমতল পথৰ নিৱাসী প্ৰয়াত কেশৰাম কলিতাৰ পত্নী সৰুমাই কলিতা (৬৫)ই আজি কিছু দিনৰপৰা নগাঁও চহৰৰ বিভিন্ন ঠাইত এখন ভৰি ভঙা যদিও চুচৰি চুচৰি খুজি-মাগি জীৱন নিৰ্বাহ কৰি আহিছিল|