46
নলবাৰীঃ এইবাৰ পুনৰ নলবাৰীত সাংবাদিকৰ ওপৰত আক্ৰমণ সংঘতিত হয়৷ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে সাংবাদিকৰ ওপৰত আক্ৰমণৰ ঘটনা।
একাৰ্থত, যেন এতিয়া চূড়ান্ত নিৰাপত্তাহীনতাত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰহৰীসকল। ৰাজ্যত পুনৰ সংঘটিত হৈছে সাংবাদিকৰ ওপৰত জঘন্য আক্ৰমণৰ ঘটনা।