47
সপোন ৰহমান শইকীয়া, মৰিয়নীঃ মৰিয়নী থানাৰ অন্তৰ্গত ৰে’ল কলনী, গান্ধীনগৰ, কাষৰীয়া গ্ৰামাঞ্চলৰ লগতে মৰিয়নীৰ বাগিচাকেইখনত বৰ্তমান প্ৰতিদিনে চলি আছে আইপিএলৰ নামত কেইবা লাখ টকাৰ জুৱা৷
মৰিয়নীত বিগত কেইটামান বছৰৰপৰা শিৱম দে’ (মানিক) নামৰ ৰে’ল কলনিৰ লোকজনে শুভম ৰয় (ভাই) নামৰ লোকজনৰ লগত সহযোগ কৰি আইপিএল খেল অনুষ্ঠিত কৰি আহিছে৷