52
তেজপুৰঃ একাংশ পেট্ৰ’ল-ডিজেল পাম্পত কম মূল্যৰ ইন্ধন এবিধ ব্যৱহাৰ কৰি ভেজাল পেট্ৰ’লৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ তথ্য পুনৰ পোহৰলৈ আহিছে।
জানিব পৰা মতে, একাংশ অসাধু ব্যৱসায়ীয়ে ভেজাল ইন্ধনৰ ব্যৱসায় কৰি লাখ লাখ টকা লুটি থকাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াত তেজপুৰৰ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।