68
ছাইদুল ইছলাম, ডিফুঃ বাৰিষাৰ পূৰ্বেই ডিফু চহৰত চলিল চাফাই অভিযান৷ ক্লীন কাৰ্বি আংলং মিচনৰ নগৰীয়া স্বচ্ছ ভাৰতৰ অংশ স্বৰূপে শনিবাৰে ডিফু মিউনিচিপাল্টি ব’ৰ্ডৰ উদ্যোগত অধ্যক্ষ ৰাহ ক্ৰ’ৰ নেতৃত্বত পুৱা ৭ বজাৰপৰাই ডিফু চহৰ এলেকাত চলিল চাফাই অভিযান৷
