59
দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ এগৰাকী মুকবধিৰ যুৱতী দিশহাৰা হৈ নলবাৰী জিলাৰ মুকালমুৱাৰ বিভিন্ন ঠাইত আশ্ৰয় বিচাৰি ঘূৰি থকাক লৈ সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যই বিৰাজ কৰিছে।
জানিব পৰা মতে কিছুদিন পূৰ্বে মুকবধিৰ যুৱতীগৰাকী কেনেবাকৈ মুকালমুৱালৈ আহি অঞ্চলটোৰ বিভিন্ন ঠাইত আশ্ৰয় লৈ আছিল। পাছত যুৱতীগৰাকীক সদাশয় লোকে মুকালমুৱা আৰক্ষী থানাত গতাই দিয়ে।