Home ৰাজ্যনলবাৰীৰ সাংবাদিক আক্ৰমণকাণ্ড… সৰ্থেবাৰীৰপৰা গ্ৰেপ্তাৰ এক অভিযুক্তক

নলবাৰীৰ সাংবাদিক আক্ৰমণকাণ্ড… সৰ্থেবাৰীৰপৰা গ্ৰেপ্তাৰ এক অভিযুক্তক

by News Desk
A+A-
Reset
jak

দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ সদৌ অসম সাংবাদিক সন্থাৰ উপ-সভাপতি তথা মুকালমুৱাৰ জ্যেষ্ঠ সাংবাদিক ৰাজেন ডেকাৰ আক্ৰমণৰ ঘটনাকৰ সৈতে জড়িত থকাৰ সন্দেহত দুই যুৱকক মুকালমুৱা আৰক্ষীয়ে শনিবাৰৰ সন্ধিয়াৰ সোধ-পোছৰ বাবে আটক কৰাৰ পাছত আকৌ নিশাৰ ভাগত আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি আজি জে’ল হাজোতলৈ প্ৰেৰণ কৰে।

আৰক্ষীৰ এক সূত্ৰৰপৰা জানিব পৰা মতে, নলবাৰীৰ আৰক্ষী অধীক্ষক অমনজিৎ কৌৰৰ বিশেষ তৎপৰতাত মুকালমুৱা আৰক্ষীৰ এটা দলে অভিযান চলাই সৰ্থেবাৰী থানাৰ অন্তৰ্গত কাৱৈমাৰীত আত্মগোপন কৰি থকা অৱস্থাত জিন্টু মেধি নামৰ যুৱকৱজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0