119
জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও সদৰৰ টেলিভিছন সাংবাদিকসকলৰ একত্ৰিত মঞ্চ নগাঁও ইলেকট্ৰ’নিক মিডিয়া এছ’চিয়েশ্বন চমুকৈ ‘নেমা’ৰ নতুন সমিতিখন গঠন কৰা হয়।
নগাঁও ইলেকট্ৰ’নিক মিডিয়া এছ’চিয়েশ্বনৰ আমোলাপট্টি থকা কাৰ্যালয়ত তপন বৰাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা এক সভাত আগন্তুক দুটা বৰ্ষৰ বাবে নতুন সমিতিখন গঠন কৰা হয়।