64
জিয়াউল আলী, লখিমপুৰঃ তেজপুৰ সমষ্টিৰ strong room সমূহ পৰিদৰ্শন কৰে তেজপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভানু আৰু AICCৰ সম্পাদক ভূপেন বৰাই।
উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা strong roomও পৰিদৰ্শন কৰে ভানু আৰু AICCৰ সম্পাদক ভূপেন বৰাই।