52
ছাদিকুজ জামান মোৰাঝাৰঃ হোজাই জিলা এতিয়া অপৰাধীৰ ৰম্যভূমি লৈ পৰিণত হৈছে |হোজাইৰ মোৰাঝাৰত মৰেল পুলিচৰ তাণ্ডৱে জোকাৰি গল সমগ্ৰ জিলা|মাৰপিট কৰি বিডিঅ ভাইৰেল সামাজিক মাধ্যমত|এনে ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
জিলাখনৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত বুৰুঙাতলিত তিনিদিন পূৰ্বে সংঘটিত হৈছে এই ভয়ানক কাণ্ড।