44
দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ বৃহত্তৰ বৰনৰ্দ্দী অঞ্চলৰ পানীগাঁৱৰ এজন যুৱকৰ আকস্মিক মৃত্যুত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, বৃহস্পতিবাৰে আবেলি ২-৩০ মান বজাত পানীগাঁৱৰ তথা নলবাৰী মহাবিদ্যালয়ৰ স্নাতক বৰ্ষৰ ছাত্ৰ ৰাজীৱ বৈশ্য (২৩) নামৰ যুৱকজনে পথাৰত মাছ মাৰিবলৈ গৈছিল।