49
গুৱাহাটীঃ ২০১৮-১৯ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা কৰা হৈছে।
১৫ মে’ত ছেবাই ঘোষণা কৰিব পৰীক্ষাৰ ফলাফল। ছেবাই জানিবলৈ দিয়া অনুসৰি পূৰ্বৰ বছৰৰ দৰে এইবাৰো দিনৰ ৯ বজাত ঘোষণা কৰা হ’ব পৰীক্ষাৰ ফলাফল।

newsnextone.com is brought to you by Bikalpa Media. House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.