Home ৰাজ্যওদালগুৰিত নেৰানেপেৰা বৰষুনত আতংকিত ৰাইজ

ওদালগুৰিত নেৰানেপেৰা বৰষুনত আতংকিত ৰাইজ

by News Desk
A+A-
Reset
og

অঞ্জনজ্যোতি শৰ্মা, ওদালগুৰিঃ ওৰিশাত ফনি নামৰ ঘূৰ্নীবতাহে তাণ্ডৱৰ সৃষ্টি কৰাৰ সময়তে বতৰ বিজ্ঞান অনুসৰি ৪ আৰু ৫ মে’ত অসমৰ কেইবাখনো জিলাত ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভৱনাই দেখা দিয়ে।  

সংশ্লিষ্ট জিলা কেইখনৰ ভিতৰত ওদালগুৰি জিলাখনৰ নামো সন্নিবিষ্ট হৈ আছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞানৰ মতে দেওবাৰে ওদালগুৰি জিলাত নেৰানেপেৰাকৈ প্ৰৱল বৰষুনৰ সম্ভাৱনা আছে। কিন্তু নিৰ্দ্দিষ্ট দিনটোৰ পূৰ্বৰপৰাই ওদালগুৰিত তেনে আগজাননি পোৱা গৈছে। বিগত প্ৰায় এটা সপ্তাহ ধৰি প্ৰতিদিনেই অব্যাহত আছে বৰষুণ। শনিবাৰে পুৱাৰপৰা সমগ্ৰ ওদালগুৰি জিলাখনৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰাকৈ দি আছে বৰষুণ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0