দুজনকৈ পঞ্চায়তৰ সভাপতি হ’ল ঘৰৰ সন্মুখৰ পথটোকে নিৰ্মাণ নহ’ল

Home ৰাজ্যদুজনকৈ পঞ্চায়তৰ সভাপতি হ’ল ঘৰৰ সন্মুখৰ পথটোকে নিৰ্মাণ নহ’ল

দুজনকৈ পঞ্চায়তৰ সভাপতি হ’ল ঘৰৰ সন্মুখৰ পথটোকে নিৰ্মাণ নহ’ল

by News Desk
73 views
A+A-
Reset

হেমন্ত কলিতা, নলবাৰীঃ ৩০ টা বছৰে এটা চপৰা নপৰা এখন গাঁৱৰ এটা পথৰ কাহিনী! ৰাজ্যত এতিয়া গ্ৰাম্য পথৰ মৃত্যু ঘণ্টা বাজিছে, এয়াই যে চৰম সত্য। নলবাৰী জিলাৰ পুৱ নলবাৰী উন্নয়নখণ্ডৰ অন্তৰ্গত ৭ নং পূব বাহঁজানীৰ হাজো-নলবাৰী মূল পথৰপৰা বালা মুগকুছি নামঘৰ হৈ ৭ নং পূৱ বাঁহজানী গাঁও পঞ্চয়তৰ প্ৰাক্তন সভাপতিদ্বয় ভৰত বৈশ্য আৰু নলিনী কান্ত শীলৰ ঘৰৰ সন্মুখৰে কুটীৰ শিল্প গাঁও তিলানা সংযোগী পথটোৰ ভয়ংকৰ অৱস্থা দেখি মূৰে-কপালে হাত দিছে গাঁওখনৰ লগতে অঞ্চলটোৰ সচেতন ৰাইজে।

বিগত দুদিনমানৰ বৰষুণৰ বাবেই পথটোৰ ৯৯ শতাংশ পথ বোকাময় হোৱা বাবে দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ চলাচল বন্ধ হৈ পৰিছে৷ বিগত সময়ত দুজনকৈ পঞ্চায়তৰ সভাপতিৰ ঘৰৰ সন্মুখৰ পথটো নিৰ্মাণ নোহোৱাত ৰাইজ খৰ্গহস্ত হোৱা দেখা হৈছে৷ পথটো নিৰ্মাণ নকৰাৰ ফলত বেমাৰ হ’লে চাইকেল নাইবা সাঙি কৰি চিকিৎসালয়লৈ নিব লাগে ৰোগীক।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0