Home ৰাজ্যআঠখেলীয়া চকিয়াল প্ৰাথমিক বিদ্যালয়ত হীৰক জয়ন্তী বৰ্ষ অনুষ্ঠান সফল সমাপ্তি

আঠখেলীয়া চকিয়াল প্ৰাথমিক বিদ্যালয়ত হীৰক জয়ন্তী বৰ্ষ অনুষ্ঠান সফল সমাপ্তি

by News Desk
A+A-
Reset
bo1

ৰবীন মহন্ত, বৰহোলাঃ গোলাঘাট শিক্ষাখণ্ডৰ পূৱ শিক্ষাখণ্ডৰ অধীনস্থ আঠখেলীয়া চকিয়াল প্ৰাথমিক  বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ২ মে’ৰপৰা আৰম্ভ হোৱা বিদ্যালয়খনৰ হীৰক জয়ন্তী বৰ্ষৰ অনুষ্ঠান ৩ মে’ত সফল সমাপ্তি হয়।

সেই উপলক্ষে ২ মে’ পুৱা সামূহিক চাফাই, পাতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তাৰানাথ বৰাই, স্মৃতি তৰ্পণ কৰে বিদ্যালয়খনৰ ভূমিদাতা পৰিয়ালৰ সদস্য নোমল বৰা আৰু তিল বৰাই, বৃক্ষ ৰোপন কৰে বয়োজ্যেষ্ঠ ব্যক্তি ডম্বৰুধৰ বৰাই। বিভিন্ন ধৰণৰ সাহিত্য প্ৰতিযোগিতা উদ্ধোধন কৰে আঠখেলীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তিলেশ্বৰ বৰাই, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহখনি উদ্ধোধন কৰে শিক্ষক ৰবীন মহন্তৰ লগতে সঞ্চালনা কৰে গান্ধী বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হেমন্ত কুমাৰ বৰাই। আলোচক হিচাপে আঠখেলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লীলা বৰাই অংশগ্ৰহণ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0