Home ৰাজ্যকাম কাজ চলি থাকোতেই খহি পৰিল কাৰ্যালয়ৰ চাদ

কাম কাজ চলি থাকোতেই খহি পৰিল কাৰ্যালয়ৰ চাদ

by News Desk
A+A-
Reset

বৰনৰ্দ্দীঃ নলবাৰীৰ এটি চৰকাৰী কাৰ্যালয়ত কাম কাজ চলি থকাৰ সময়তে কৰ্মচাৰী তথা ৰাইজ কথমপি আসন্ন বিপদৰপৰা ৰক্ষা পৰে। জানিব পৰা মতে নলবাৰী বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শকৰ জৰাজীৰ্ণ কাৰ্যালয়টোত সোমবাৰে কাৰ্যালয় চলি থকাৰ সময়ত অট্টালিকাৰ চাদ খহি পৰাত বিষয়া-কৰ্মচাৰীৰ লগতে ৰাইজৰ মাজত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে।   

নলবাৰীৰ বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়টো দেখাত পকী ঘৰ। পিছে পকী ঘৰটো হৈ পৰিছে স্পৰ্শকাতৰ। এই কোঠাটোতে আজি এন আৰ চিৰ কাম চলি আছিল। কাম চলি থকা সময়তে হঠাতে খহি পৰাত ভাগ্য ক্ৰমে কোনো হতাহত নোহোৱাকৈ ৰক্ষা পৰিল বিষয়া-কৰ্মচাৰীসকল। অতি শীঘ্ৰে কাৰ্যালয়টোৰ আন্তঃগাঠনি কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে ৰাইজে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0