53
লিডুঃ সহস্ৰ বিদ্ৰোহী উগ্ৰবাদী সংগঠন সমূহ মুক্ত বিচৰণ ভূমি হিচাপে পৰিগনিত তিনিচুকীয়া জিলাত মঙ্গলবাৰে আটক হয় এজন দুধৰ্ষ কে এল অ’ৰ সদস্য৷
আৰক্ষী আৰু ৩ নং গাৰোৱাল ৰাইফলচে গোপন সুত্ৰে পম খেদি তিনিচুকীয়া জিলাৰ মাকুম বাই পাচৰ পৰা মকুন কোচ ওৰফে জ্যোতিষ ৰয় নামৰ এজন দুৰ্ধৰ্ষ কে এল অ’ সদস্য আটক কৰিবলৈ সক্ষম হৈছে। আটকাধীন সদস্য জনৰ ঘৰ কোকৰাঝাৰৰ বুলি জানিব পৰা গৈছে৷