88
গুৱাহাটীঃ অসম অনুসূচীত জাতি যুৱ-ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত ৰাজ্যিক ভিত্তিত সতী ৰাধিকা দিৱস উদযাপন কৰা হ’ব।
অহা ১৮ মে’ত দিনজোৰা কাৰ্যসূচীৰে সংগঠনটোৱে গুৱাহাটীৰ অসম সাহিত্য সভাৰ জয়ন্ত কুমাৰ-লখিমী বৰুৱা সদনত উদযাপন কৰা হ’ব। এই কথা এক সংবাদ মেলৰ জৰিয়তে বৃহস্পতিবাৰে জানিবলৈ দিয়ে সংগঠনটোৱে।