Home ৰাজ্যনগাঁৱত আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি চিলনী চোৰৰ

নগাঁৱত আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি চিলনী চোৰৰ

by News Desk
A+A-
Reset

জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি নগাঁও চহৰত চিলনী চোৰে সংঘটিত কৰি আহিছে ইটোৰ পিছত সিটো ধন লুটৰ ঘটনা। বিগত কেইবাদিনো ধৰি চিলনী চোৰৰ সন্ত্ৰাস অব্যাহত থকাৰ পাছতো চিলনী চোৰৰ সন্ত্ৰাস ৰোধ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে নগাঁও আৰক্ষী। 

শেহতীয়াভাৱে নগাঁও চহৰৰ অতি গুৰুত্বপূৰ্ণ তথা অভিজাত অঞ্চল আমোলাপট্টি অঞ্চলত পাঁচটাৰো অধিক  এনে ধৰণৰ ঘটনা সংঘটিত হৈছে। বৃহস্পতিবাৰেও দিনদুপৰতে নগাঁও চহৰৰ মাজেৰে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পুৰণা ঘাইপথৰ চলাচল হোটেলৰ সন্মুখত এগৰাকী মহিলাৰপৰা পালছাৰ বাইকত অহা দুজন অচিনাকি দুৰ্বৃত্তই ধনৰ বেগ কাঢ়ি লৈ উধাও হয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0