Home ৰাজ্যমৰিগাঁৱত এ পি এচ চি নিযুক্তিৰ কেলেংকাৰীত গ্ৰেপ্তাৰ কৃষি বিষয়া

মৰিগাঁৱত এ পি এচ চি নিযুক্তিৰ কেলেংকাৰীত গ্ৰেপ্তাৰ কৃষি বিষয়া

by News Desk
A+A-
Reset
226a50f8-e4bf-4596-a7f0-8c669123578f

মৰিগাঁওঃ এ পি এচ চি কেলেংকাৰীক লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰি থকা কঠোৰ পদক্ষেপৰ মাজতেই বৃহস্পতিবাৰে মৰিগাঁৱত এজন কৃষি বিষয়া তদন্তকাৰী বিষয়াৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা ঘটনাই ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে। 

ধনৰ বিনিময়ত চাকৰি ক্ৰয় কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা এ পি এচ চি বিষয়াজনৰ নাম হৈছে মৃগেন হালৈ। মৃগেন হালৈ চিৰাং জিলাৰ কৃষি বিভাগৰ খণ্ড কৃষি বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। উল্লেখ্য যে, কৃষি বিষয়া হালৈ বিৰুদ্ধে গুৱাহাটীৰ ভঙাগড়ৰ থানাত ১৫৯/১৭ নম্বৰ এক গোচৰ পঞ্জীয়ন হৈ আছিল। এই গোচৰৰ ভিত্তিতে এ পি এচ চি কেলেংকাৰীৰ তদন্তত থকা আই অ তথা মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু পানেশ্চৰ সিং নামৰ আন এজন তদন্তকাৰী বিষয়াই সোধ পোছৰ বাবে কৃষি বিষয়া মৃগেন হালৈক মৰিগাঁৱলৈ মাতে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0