Home বিশ্ব৩০৫ যাত্ৰীক লৈ আকাশতে নিদ্ৰামগ্ন পাইলট

৩০৫ যাত্ৰীক লৈ আকাশতে নিদ্ৰামগ্ন পাইলট

by News Desk
66 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ইছলামাবাদৰপৰা লণ্ডন অভিমুখে যাত্ৰা কৰা এখন ফ্লাইটৰ জেষ্ঠ্য পাইলট এজনে উৰণৰ সময়তে শুই গ’ল ফ্লাইটত। অলপমান জিৰণি ল’ম বুলি আমীৰ আখটাৰ হাছিমিয়ে প্ৰশিক্ষণৰত পাইলট এজনৰ হাতত উৰণৰ দায়িত্ব গতাই বিজনেচ ক্লাচত আহি শুই পৰে। কঁকাল পোনাবলৈ গৈ ককপিট এৰি হাছিমিয়ে আঢ়ৈ ঘণ্টা শুই পৰে। 

এই ঘটনা এপ্ৰিল মাহৰ ২৬ তাৰিখেই ঘটে যদিও ছ’চিয়েল মিডিয়া যোগেহে ঘটনাটো পোহৰলৈ আহে। গুৰু দায়িত্বত থকা পাকিস্তান ইণ্টাৰনেশ্যনেল এয়াৰলাইনচৰ এই পাইলটজনে এনেদৰে নিহপালি দি শুই থকা দেখি যাত্ৰী এজনে ফটো তুলি ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰাৰ লগে লগে ভাইৰেল হৈ পৰে ফটোখন।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0