Home ৰাজ্যঅসম বিধানসভাৰ প্রাক্তন অধ্যক্ষ তথা নলবাৰীৰ বিধায়ক শ্বেখ চান্দ মহম্মদৰ দেহাৱসান

অসম বিধানসভাৰ প্রাক্তন অধ্যক্ষ তথা নলবাৰীৰ বিধায়ক শ্বেখ চান্দ মহম্মদৰ দেহাৱসান

by News Desk
77 views
A+A-
Reset

নলবাৰীঃ শ্বেখ চান্দ মহম্মদ শনিবাৰে পুৱতি নিশা ৩:৩০ বজাত গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। ১৯৭৯ চনৰপৰা ১৯৮৬ চনলৈ অসম বিধানসভাৰ অধ্যক্ষৰ পদত আছিল চান মোহাম্মদ। ১৯৭৮ চনত জনতা পাৰ্টিৰ হৈ বৰক্ষেত্ৰী সমষ্টিৰপৰা ২৪,৭১৭ টা ভোট আৰু ১৯৮৩ চনত কংগ্ৰেছ দলৰপৰা ৭,৬৩১ টা ভোট লাভ কৰি বিজয়ী হৈছিল চান্দ মহম্মদ। 

বিধানসভাৰ প্ৰাক্তন অধ্যক্ষজনৰ মৃত্যুত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল, বৰপেটাৰ প্ৰাক্তন সাংসদ মৌলানা চিৰাজ উদ্দিন আজমল, যমুনামুখৰ বিধায়ক আব্দুৰ ৰহমান আজমল, অসম গন পৰিষদৰ হোজাই জিলাৰ সভাপতি ৰেজাউল কৰিম চৌধুৰী, কংগ্ৰেছৰ বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সভাপতি ৰেহান উদ্দিন, হোজাই জিলা পৰিষদৰ সভানেত্ৰী ৰেজিয়া চুলতানা, কংগ্ৰেছৰ সংখ্যালঘু মৰ্চাৰ সভানেত্ৰী তথা হোজাই বাৰ এছোচিয়েচনৰ সভানেত্ৰী ৰোহিনা ৱাৰিছ। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0