চোৰাংচোৱাৰ তথ্য গুৱাহাটীৰ কামাখ্যা মন্দিৰ হ’ব পাৰে আইচিচৰ অন্যতম টাৰ্গেট

Home ৰাজ্যচোৰাংচোৱাৰ তথ্য গুৱাহাটীৰ কামাখ্যা মন্দিৰ হ’ব পাৰে আইচিচৰ অন্যতম টাৰ্গেট

চোৰাংচোৱাৰ তথ্য গুৱাহাটীৰ কামাখ্যা মন্দিৰ হ’ব পাৰে আইচিচৰ অন্যতম টাৰ্গেট

by News Desk
67 views
A+A-
Reset

গুৱাহাটীঃ শ্ৰীলংকাত বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন আইছিচৰ ভয়ংকৰ আক্ৰমণৰ পাছত এতিয়া অধিক তৎপৰ হৈ পৰিছে অসম আৰক্ষী। কেন্দ্ৰীয় চোৰাংচোৱা সন্থাই আইচিছে অসম আক্ৰমণৰ ব্লুপ্ৰিন্ট ৰচনা কৰাৰ বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ক অৱগত কৰাৰ পাছত এতিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অধিক সতৰ্ক কৰি দিছে অসম আৰক্ষীক।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ আইচিছৰ শতৰ্কবাণী পাছতে এতিয়া গ্ৰহণ কৰিছে কটকটীয়া নিৰাপত্তা। আইচিছৰ ব্লুপিণ্টৰ কথা জানিব পাৰি দিছপুৰত অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰে সঘনে বহিছে ইখনৰ পাছত সিখন গুৰুত্বপূৰ্ণ বৈঠক। গৃহবিভাগে আৰক্ষীৰ অধীক্ষক সকলক প্ৰতি জিলাৰ ব্যস্তপূৰ্ণ ৰাজহুৱা স্থান, ৰে’ল ষ্টেচন, বাছ আস্থান, প্ৰসিদ্ধ মঠ-মন্দিৰ, বিমানবন্দৰ, শ্বপিং মল, ছবিগৃহ, হোটেল, ল’জ, সচিবালয় আদি সকলোতে উন্নতমানৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিবলৈ আহ্বান জনায়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0