গুৱাহাটীঃ দেশৰ বিভিন্ন ৰাজ্যত এতিয়াও লোকসভা নিৰ্বাচনৰ প্ৰক্ৰিয়া অন্ত পৰা নায়৷ সপ্তদশ লোকসভাৰ নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে ভাৰতীয় ক্ৰিকেটৰ অন্যতম তাৰকা বিৰাট কৌহলিয়ে। নতুন দিল্লীৰ ভাৰতীয় দলৰ বেটছমেন গৰকীয়ে আজি পুৱা ভাগত সাধাৰণ ৰাইজৰ লগত শাৰীপাতি সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ। নতুন দিল্লীৰ গুৰুগ্রামত ভোটাধিকাৰ সাব্যস্ত কৰি চ’চিয়েল মাধ্যম আৰু টুইটাৰত প্ৰকাশ কৰে ” voting is your right and responsibility towards nation building, go vote”।
