Home ৰাজ্যভোমোৰাগুৰিত পৰম্পৰাগত সমূহীয়া উপনয়ন অনুষ্ঠান সম্পন্ন

ভোমোৰাগুৰিত পৰম্পৰাগত সমূহীয়া উপনয়ন অনুষ্ঠান সম্পন্ন

by News Desk
A+A-
Reset
30536cfa-57c9-4228-980c-62e8f1171c8c

নগাঁওঃ নগাঁও জিলাৰ অন্তৰ্গত ৰাইদঙীয়াৰ সমীপৱৰ্তী ভোমোৰাগুৰিত সোমবাৰে এক সমূহীয়া উপনয়ন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বৰ্তমান অসমীয়া সমাজত চলি থকা জাকজমকীয়া অৰ্থসৰ্ৱস্ব অনুষ্ঠানে বাৰুকৈয়ে সমস্যাত পেলাইছে দৰিদ্ৰ লোকসকলক। 

সেয়ে ভোমোৰাগুৰি গাঁওৰ কুৰিজন উদীয়মান যুৱকৰ দশ সংস্কাৰৰ অন্যতম “উপনয়ন” অনুষ্ঠান সমূহীয়াভাৱে অনুষ্ঠিত কৰা হয়৷ এই মৰ্মে ভক্ত-বৈষ্ণৱ, আইমাতৃ, যুৱক-যুৱতী আৰু শিশুসকলৰ উপস্থিতিত সমগ্ৰ অঞ্চলতে এক উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয়। ভোমোৰাগুৰি মাজ নামঘৰ প্ৰাংগনত অনুষ্ঠিত এই সমূহীয়া উপনয়ন অনুষ্ঠান উপলক্ষে পুৱা আইসকলে হৰিনাম-কীৰ্ত্তন কৰি পানী তুলি কুৰিজন যুৱকক আধ্যাত্মিক নীতি-নিয়মেৰে মাহ, হালধিৰে নোওৱা হয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0