67
ষড়ানন বৰা, চামগুৰিঃ নগাঁৱৰ পুৰণিগুদাম আৰক্ষী চকীৰ অধীনৰ কাষৰিগাঁৱত মঙলবাৰে বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
গুৰ ভৰ্তি এএছ০২বিচি৯০৯২ নম্বৰৰ লংকাৰপৰা শিৱসাগৰ অভিমুখী এখ দ্ৰুতবেগী বলেৰ’ পিকআপ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই দুজনকৈ পথচাৰীক মহতিয়াই নিয়াৰ ফলতেই সংঘটিত হয় পথ দুৰ্ঘটনাটো।