Home ৰাজ্যগুৱাহাটী প্ৰেছ ক্লাবত ‘জোনাক’ৰ বসন্ত সম্ভাৰ ‘জোনাক সুৰভি’ৰ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত ‘জোনাক’ৰ বসন্ত সম্ভাৰ ‘জোনাক সুৰভি’ৰ উন্মোচন

by News Desk
59 views
A+A-
Reset

মিৰ্জাঃ সুদীৰ্ঘ ১২ বছৰ সময় ধৰি নিয়মীয়াকৈ প্ৰকাশ পাই অহা ‘জোনাক’ নামৰ সাহিত্য সংস্কৃতিমূলক আলোচনীখনৰ বসন্ত সম্ভাৰ পৰিপুৰিকা “জোনাক সুৰভি” আৰু বিশিষ্ট কবি যাদৱ কলিতাৰ কাব্য গ্ৰন্থ “মনৰ সুৰভি” বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উন্মোচন কৰা হয়। উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে। ‘জোনাক সুৰভী’ আৰু ‘মনৰ সুৰভী’ উন্মোচন কৰি ড০ পৰমানন্দ ৰাজবংশীয়ে ভাষণত কয় যে গ্ৰন্থ এখনৰ জন্ম মানে ভগৱানৰ সান্নিধ্য পোৱা কথা। 

অসমীয়া সাহিত্যৰ প্ৰসাৰতা সন্দৰ্ভত বক্তব্য আগবঢ়ায় তেওঁ কয় যে যোৱা তিনি মাহত প্ৰতিদিন গঢ় হিচাপত সোঁতৰখন পুঠি উন্মোচিত হৈ আহিছে। ভাষণ প্ৰসংঙ্গত ‘জোনাক’ নামৰ আলোচনীখন অসমীয়া ভাষা সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ শলাগ লয়। ড০ ৰাজবংশীয়ে বন্তি প্ৰজ্বলন আৰু ৰুমী দেৱীয়ে সৰস্বতী বন্দনাৰে শুভাৰম্ভ কৰা উক্ত অনুষ্ঠানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কবি-সাহিত্যিক, পঢ়ুৱৈ, অনুৰাগীসকল উপস্থিত থাকে। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট গল্পকাৰ ৰিজু হাজৰিকাই নিজৰ ৰসাল ভাষণ দাঙি ধৰি উপস্থিত দৰ্শকক হাহিৰ খোৰাক যোগায়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0