Home ৰাজ্যঅহা ২৫ মে’ত ঘোষণা কৰা হ’ব অসম উচ্চতৰ মাধ্যমিক শিক্ষাৰ ফলাফল

অহা ২৫ মে’ত ঘোষণা কৰা হ’ব অসম উচ্চতৰ মাধ্যমিক শিক্ষাৰ ফলাফল

by News Desk
67 views
A+A-
Reset

গুৱাহাটীঃ 

> ২০১৯ বর্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বর্ষৰ ফলাফল দিন ঘোষণা।
> অহা ২৫ মে’ পুৱা ৯ বজাত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিব পৰীক্ষাৰ ফলাফল।
> উক্ত দিনটোত তিনিওটা শাখাৰে ফলাফল ঘোষণা কৰিব।
> উল্লেখ্য যে, এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত মুঠ ২,৪২,৮৪৩ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। ইয়াৰ ১,৮৬,১৮৭ গৰাকীৰ ক’লা শাখা, ৩৭,৪৫৫ গৰাকীৰ বিজ্ঞান শাখা আৰু ১৮,২৯১ গৰাকীৰ বাণিজ্যক শাখাৰ পৰীক্ষাৰ্থী আছে। লগতে এইবাৰ মুঠ ৭৭২ টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হৈছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0