117
ৰবীন মহন্ত, বৰহোলাঃ বৰহোলা নিবাসী বৰকছাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক শশী বৰাৰ কদেওবাৰে যোৰহাট মিছন হাস্পটালত সন্ধিয়া ৬৮ বছৰ বয়সত মৃত্যু হয়।
বৰাৰ মৃতদেহ বৰহোলাৰ নিজ গৃহ পোৱাৰ লগে লগে গুণমুগ্ধসকল সমবেত হৈ মৃতদেহ বৰকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ নিয়ে আৰু বিদ্যালয়ৰ শিক্ষক, শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীসকলে শেষ শ্ৰদ্ধা নিবেদন কৰে।