70
জয়ন্ত মুদৈ, নগাঁওঃ কৰ্মসংস্থাপনৰ বাবে যোৱা নগাঁও জিলাৰ জাজৰি থানাৰ অন্তৰ্গত কাকমাৰীৰ এজন যুৱক বৰ্হিঃৰাজ্যত চলন্ত ৰে’লৰপৰা সন্ধানহীন হোৱা এক ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
প্ৰাপ্ত তথ্য মতে, কাকমাৰী বৰবড়িৰ নিতুমনি ডেকা (২২) নামৰ নিবনুৱা যুৱকজন কৰ্মসংস্থাপনৰ বাবে একে অঞ্চলৰে আন তিনিজন যুৱকৰ সৈতে যোৱা দেওবাৰে পুৱা ৬ বজাত ৰে’লৰে গুৱাহাটীৰপৰা বেংগালুৰু অভিমুখে যাত্ৰা কৰে৷