43
তেজপুৰঃ ৯ নং তেজপুৰ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসে তেওঁৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা জাতীয় কংগ্ৰেছ দলৰ এমজিভিকে ভানুক প্ৰায় ২,২৬,৪৯১ টা ভোটৰ ব্যৱধানত হৰুৱাই জয়লাভ কৰে৷
বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে লাভ কৰে ৬,০৭,৯০০ টা ভোট। ইয়াৰ বিপৰীতে এমজিভিকে ভানুৱে লাভ কৰে ৩,৮১,৪০৯ টা ভোট।