Home ৰাজ্যভোটিং বিহেভিয়াৰ আৰু জনগাঁথনিৰ পৰিৱৰ্তনৰ বাবে অগপ হাৰিলঃ অতুল বৰা

ভোটিং বিহেভিয়াৰ আৰু জনগাঁথনিৰ পৰিৱৰ্তনৰ বাবে অগপ হাৰিলঃ অতুল বৰা

by News Desk
A+A-
Reset
abora

পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ “ভোটিং বিহেভিয়াৰ আৰু জনগাঁথনিৰ পৰিৱৰ্তনৰ বাবেই কলিয়াবৰত মিত্ৰজোটৰ প্ৰাৰ্থীৰ পৰাজয় হ’ল৷ একেই হ’ল বৰপেটা আৰু ধুবুৰীতো৷ দেৰগাঁও, সৰুপথাৰ, খুমটাই, বোকাখাত, কলিয়াবৰত অধিক ভোট পোৱাৰ পাছতো বাকী সমষ্টিত কংগ্ৰেছে একচেটিয়াকৈ ভোট লাভ কৰিবলৈ সক্ষম হ’ল৷ যি তিনিখন আসনত অগপই প্ৰতিদ্বন্দ্বিতা কৰিছিল সেই আসন কেইখন পূৰ্বতো শাসকীয় দলৰ হাতত নাছিল৷ তথাপি জনতাৰ ৰায় আমি মানি লৈছোঁ৷”

লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত বোকাখাতত সাংবাদিকৰ আগত এই মন্তব্য কৰে অগপৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰাই৷ বৰাই লগতে কয় যে কেন্দ্ৰত মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে৷ নিঃসন্দেহে মিত্ৰজোটৰ অংশীদাৰ হিচাপে আমিও গৌৰৱবোধ কৰোঁ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0