46
হেমন্ত কলিতা, নলবাৰীঃ লোকসভা নিৰ্বাচনৰ ফলাফলত ৮ নং মঙলদৈ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াই বৃহৎসংখ্যক ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাক পৰাজিত কৰাত নলবাৰী বিধানসভা সমষ্টিত আনন্দৰ লহৰ উঠিছে৷
ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ কেইটামান মুহূৰ্ত বাকী থকা সময়ত অঞ্চলটোৰ মিত্ৰজোঁটৰ কৰ্মীসকলে আবতৰীয়া দেৱালী উদযাপন কৰিছে৷