75
জাজৰিঃ কিছুদিনৰেপৰা নগাঁও জিলাৰ জাজৰি থানা, বটদ্ৰৱা থানা আৰু মিকিৰভেটা থানা এলেকাত সঘনে গৰু চুৰি কাৰ্য সংঘটিত হৈ থকাৰ সময়তে বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ২ বজাত জাজৰি আৰক্ষী থানাৰ নৈশ তহলদাৰী বাহিনীয়ে ৪ টা গভাইত চোৰক কৰায়ত্ব কৰে।
