Home ৰাজ্যসাংবাদিক শৈলেন শইকীয়াৰ তিনিখনকৈ গ্ৰন্থ উন্মোচন

সাংবাদিক শৈলেন শইকীয়াৰ তিনিখনকৈ গ্ৰন্থ উন্মোচন

by News Desk
A+A-
Reset
dcd63d4c-1d78-4498-81a8-e5871b9dc0b5

জয়ন্ত মুদৈ, নগাঁওঃ নগাঁৱত জ্যেষ্ঠ সাংবাদিক শৈলেন শইকীয়াৰ তিনিখনকৈ গ্ৰন্থ বৃহস্পতিবাৰে উন্মোচন কৰা হয়। নগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাংবাদিকগৰাকীৰ প্ৰবন্ধ সংকলন ‘আহোম শাসনৰ সংকটকাল আৰু ভোটাই ডেকা’, গল্প সংকলন ‘মহাসমৰ’ আৰু উপন্যাস ‘নিসংগ নায়ক’ উন্মোচন কৰা হয়।

নগাঁৱৰ ক্ৰান্তিকাল প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থ তিনিখনি উন্মোচন কৰে ক্ৰমে নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকা, শিল্পী অৰূপ মান্না, সাহিত্যিক ডঃ খৰ্গেশ্বৰ ভূঞাই। সাহিত্য সমালোচক উপেন্দ্ৰ বৰকটকীয়ে উদ্ধোধন কৰা এই গ্ৰন্থ উন্মোচনী সভাখনত বহু কেইগৰাকী নগঞা বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0