63
নতুন দিল্লীঃ কংগ্ৰেছ দলৰপৰা নিৰ্বাচিত সাংসদসকলৰ শনিবাৰে এখন বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত দলৰ জ্যেষ্ঠ নেত্ৰী ছোনীয়া গান্ধীও উপস্থিত থাকে৷
উক্ত বৈঠকত ছোনীয়া গান্ধীক কংগ্ৰেছ দলৰ সংসদীয় সমিতিৰ নেত্ৰী হিচাপে নিৰ্বাচিত কৰা হয়৷