58
লখিমপুৰঃ লখিমপুৰ-ধেমাজিবাসীক অন্ধকাৰত ৰাখি নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে যি ভোমিকা গ্ৰহন কৰিছে তাৰ প্ৰতিবাদত৷ NHPC ৰ বিৰুদ্ধে পুনৰ উত্তৰ অসমত আৰম্ভ হৈছে প্ৰতিবাদ
আজি লখিমপুৰ চহৰৰ মালপানী চাৰিআলিত সদৌ অসম ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিয়ে NHPC ৰ প্ৰতিমূৰ্তি দাহ কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্বলগান দি প্ৰতিবাদ সাব্যস্ত কৰে ।