48
তিনিচুকীয়াঃ তিনিচুকীয়াৰ নৃশংস ঘটনাই সকলোতে কপাঁই গ’ল৷ গণ প্ৰহাৰত প্ৰাণ গ’ল মাতৃৰ। আনফালে পুত্ৰই চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে৷ উন্মাদ লোকে নিৰ্মমভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিলে মাতৃক। পুনৰ মৰেল পুলিচগিৰি প্ৰকোপ প্ৰভাৱে জোকাৰি গ’ল ৰাজ্য৷
তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলিত সংঘটিত হয় এই নৃশংস ঘটনা।