Home ৰাজ্যহামৰেনত কাৰ্বি ছাত্ৰ সংগঠনৰ প্ৰতিবাদী সমদল

হামৰেনত কাৰ্বি ছাত্ৰ সংগঠনৰ প্ৰতিবাদী সমদল

by News Desk
A+A-
Reset
0c968e2a-9374-43aa-ae90-9b3378d68610

খেৰণিঃ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ হামৰেনত সোমবাৰে কাৰ্বি ছাত্ৰ সংগঠনৰ উদ্যোগত বাহিৰ কৰে এক প্ৰতিবাদী সমদল। সমগ্ৰ কাৰ্বি আংলঙৰ বিদ্যালয় সমূহত কাৰ্বি সম্প্ৰদায়ৰ সাজপাৰ, কাৰ্বি ভাষাৰ বিষয় শিক্ষক নিযুক্তি, ৰাস্তাঘাট নিৰ্মাণসহ মুঠ পাঁচদফীয়া দাবীত কাৰ্বি ছাত্ৰ সংগঠনটোয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু হামৰেনৰ মাজমজিয়াত বাহিৰ কৰে এক প্ৰতিবাদী সমদল।

হামৰেন বজাৰৰপৰা জিলা উপায়ুক্তৰ কাৰ্যলয়লৈ বাহিৰ কৰা উক্ত প্ৰতিবাদী সমদলত ছাত্ৰ সংগঠনটোৰ সভাপতি চেমছন টেৰণসহ প্ৰায় দুই সহস্ৰাধিক লোকে অংশগ্ৰহন কৰি দাবী সমূহ কাৰ্যকৰী কৰাৰ দাবী উত্থাপনেৰে সংগঠনটোৱে জিলা উপায়ুক্তৰ জৰিয়তে কেইবাদফীয়া দাবী সম্বলিত এখন ষ্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0