49
গুৱাহাটীঃ মহানগৰীৰ চন্দ্ৰপুৰত ফুৰিবলৈ গৈ ব্ৰহ্মপুত্ৰত সলিল সমাধি জাগীৰোড কলেজৰ দুই ছাত্ৰ আৰু চন্দপুৰ কলেজৰ এগৰাকীৰ ছাত্ৰী।
মৃত ছাত্ৰ-ছাত্ৰী তিনিগৰাকীৰ হৈছে ক্ৰমে ৰঞ্জন ডেকা ,ভাৰ্গৱ ডেকা আৰু তৃষ্ণা কলিতা। জানিব পৰা মতে, ছাত্ৰ ৰঞ্জন ডেকা ঘৰ মৰিগাঁও গৌৰীপুৰত আৰু ভাৰ্গব ডেকাৰ ঘৰ মায়াঙৰ কালিশিলা পাৰ গাঁৱত।