Home ৰাজ্যগঁড় হত্যাকাৰী উগ্ৰপন্থীৰ সদস্যক গ্ৰেপ্তাৰ

গঁড় হত্যাকাৰী উগ্ৰপন্থীৰ সদস্যক গ্ৰেপ্তাৰ

by News Desk
A+A-
Reset
1def072a-9777-4a34-b69c-92a25d12984e

ডিফুঃ কাৰ্বি আংলং আৰু ডিমা হাচাও আৰক্ষীৰ জালত পৰিছে আলোচনা বিৰোধী উগ্ৰপন্থী সংগঠন কেপিএলটি  দুৰ্ধৰ্ষ ৫ নেতা কেডাৰ৷ যোৱা ১৫ দিন ধৰি চলোৱা অভিযানৰ শেষত আৰক্ষীৰ জালত পৰিল সংগঠনটোৰ ৫ জনকৈ শীৰ্ষ নেতা৷ যোৱা কিছুদিন পূৰ্বে বকলীয়াঘাটৰ এক অপহৰণ কাণ্ডৰ পিছতেই সংগঠনটোৰ বিৰুদ্ধে সৰব হৈ পৰিছিল সেনা আৰক্ষীয়ে ফলসস্বৰূপে অভিযানকাৰী দলে দুজনকৈ উগ্ৰপন্থী সদস্য কৰায়ত্ব কৰিবলৈ সক্ষম হোৱাৰ লগতে অপহৃতাকো জীৱিত উদ্ধাৰ কৰিছিল৷ 

সোমবাৰে বিয়লি ডিফুস্থিত কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰি উগ্ৰপন্থী বিৰোধী অভিযানৰ সফলতাৰ বিষয়ে কয় চেণ্ট্ৰেল ৰেঞ্জৰ ডিআইজি দিলীপ কুমাৰ দেই সংবাদ মাধ্যমৰ আগত কয় যে যোৱা কিছুদিন ধৰি আলোচনা বিৰোধী কেপিএলটিৰ একাংশ সদস্যই ক্ৰমে কাৰ্বি আংলং, ডিমা হাচাও, হোজাই আৰু গোলাঘাট জিলাত ধনদাবী অপহৰণ আৰু ভাবুকিৰে সন্ত্ৰাস সৃষ্টি কৰি আহিছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0