77
লখিমপুৰঃ অবৈধ গৰু ব্যৱসায় উৎখাতৰ দাবীত লখিমপুৰৰ কদমত আছুৰ প্ৰতিবাদ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংগঠনটোয়ে প্ৰতিবাদ কৰে৷
লগতে মদ আৰু জুৱাৰ ঘাটিও উচ্চেদৰ দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে৷