ঘগ্ৰাপাৰৰ নলবাৰী মেডিকেল কলেজৰ নিৰ্মীয়মান কামৰ পৰিদৰ্শন বৃক্ষৰোপন       ...

Home ৰাজ্যঘগ্ৰাপাৰৰ নলবাৰী মেডিকেল কলেজৰ নিৰ্মীয়মান কামৰ পৰিদৰ্শন বৃক্ষৰোপন                                         

ঘগ্ৰাপাৰৰ নলবাৰী মেডিকেল কলেজৰ নিৰ্মীয়মান কামৰ পৰিদৰ্শন বৃক্ষৰোপন                                         

by News Desk
63 views
A+A-
Reset

বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণগাঁৱৰ প্ৰস্থাৱিত ভুমিত নলবাৰী চিকিৎসা মহাবিদ্যালয় পুৰ্ণগতি চলি থকা নিৰ্মাণ কাৰ্য্যৰ আজি অসমৰ স্থাস্থ‍্য মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই পৰিভ্ৰমণ কৰাৰ লগতে চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদত বৃক্ষৰোপন কৰে।

মন্ত্ৰীগৰাকীয়ে আজি দুপৰীয়াভাগত মঙ্গলদৈৰ সাংসদ দিলীপ শইকীয়া, নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, গড়কাপ্তানী বিভাগৰ বিষয়াবৰ্গৰ সৈতে আজি নলবাৰীৰ ঘগ্ৰাপাৰৰ দক্ষিণগাঁৱৰ নিৰ্মীয়মান নলবাৰী চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে এই চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদত মন্ত্ৰী হিমন্তবিশ্ব শৰ্মা, মঙ্গলদৈৰ সাংসদ দিলীপ শইকীয়া, নলবাৰীৰ বিধায়ক অশোক শৰ্মাই এজোপাকৈ মূল‍্যৱান গছৰ পুলি ৰোপন কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0