Home ৰাজ্যমঙ্গলদৈত প্ৰধানমন্ত্ৰীৰ বিনামূলীয়া ডায়েলাইচিচ আঁচনি উদ্বোধন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মঙ্গলদৈত প্ৰধানমন্ত্ৰীৰ বিনামূলীয়া ডায়েলাইচিচ আঁচনি উদ্বোধন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

by News Desk
A+A-
Reset
himanta

মঙ্গলদৈঃ ৰাজ্যখনৰ অন্যান্য আঠখন জিলাৰ লগতে দৰং জিলাৰ মঙ্গলদৈ অসামৰিক চিকিৎসালয়তো প্ৰথম পৰ্যায়ত আৰম্ভ কৰা হৈছে বৃক্ক ৰোগীসকলৰ বিনামূলীয়া ডায়েলাইচিচ সেৱা। শনিবাৰে মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত বৃক্ক ৰোগীসকলৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয়  বিনামূলীয়া ডায়েলাইচিচ আচঁনিখনৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই। 

মঙ্গলদৈ অসামৰিক চিকিৎসালয়খনৰ লগতে থকা মাতৃ আৰু শিশু স্বাস্থ্য কেন্দ্ৰ প্ৰাংগণত অনুষ্ঠিত আচঁনিখনৰ শুভাৰম্ভ অনুষ্ঠানত ভাগ লৈ মন্ত্ৰীজনে কয় যে, ২০১৬ চনতে দেশৰ বিভিন্ন ঠাইত প্ৰধানমন্ত্ৰীৰ বিনামূলীয়া ডায়েলাইচিচ সেৱা আৰম্ভ কৰা হৈছিল যদিও বিভিন্ন কাৰণত অসমত এই আঁচনি খন আৰম্ভ কৰিব পৰা হোৱা নাছিল। কিন্তু শেহতীয়াকৈ ফেয়াৰফেক্স নামৰ কোম্পানীটোৱে বিনামূলীয়াকৈ হেম’ডায়েলাইচিচ মেচিন যোগান ধৰিবলৈ আগ্ৰহী হোৱাত এপ’ল’ চিকিৎসালয়ৰ পৰিচালনাত এই সেৱা আৰম্ভ কৰা হৈছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0