136
দৰংঃ নাইট ছুপাৰত সুৰক্ষিত নহয় যাত্ৰী৷ যাত্ৰী যে সুৰক্ষিত নহয় তাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে দৰঙৰ খাৰুপেটীয়া বুঢ়ীগাঁৱৰ লাইন হোটেলৰ সন্মুখত এজন অচেতন যাত্ৰীক হেণ্ডিমেনে গা ধুৱাই থকা অৱস্থাত উদ্ধাৰ হয়৷
নিশা এজন যাত্ৰীক অচেতন কৰি লুটি নিয়াৰ অপচেষ্টাৰ ঘটনা৷ মাজে সময়ে সংঘটিত হৈ থকা ঘটনাৰ দৰে পুনৰবাৰ নাইট ছুপাৰত যাত্ৰীক নিছাযুক্ত খাদ্য খোৱাই ধন, মূল্যবান বস্তু সামগ্ৰী লুটি নিয়াৰ অপচেষ্টা যাত্ৰীৰ ভেশত অহা দুষ্টচক্ৰৰ৷