Home ৰাজ্যপলাশবাৰী সৰপাৰাত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

পলাশবাৰী সৰপাৰাত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

by News Desk
A+A-
Reset
68409314-0ea9-4dab-82c9-a5ea5cc1370e

জিতুমণি দাস, আজাৰাঃ দক্ষিণ কামৰূপৰ সামাজিক অনুষ্ঠান সৰপাৰা সমন্বয় গোষ্ঠীৰ উদ্যোগত সৰপাৰা হাইস্কুল প্ৰাংগনত বৃহস্পতিবাৰে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়। 

কলাগুৰু বিষ্ণুৰাভাক স্মৰণ কৰি এটি সমবেত সংগীতৰে শুভাৰম্ভ কৰা অনুষ্ঠানত সভাপতিত্ব কৰে সৰপাৰা সমন্বয় গোষ্ঠীৰ সভাপতি সুৰেন্দ্ৰ মোহন ডেকাই। সভাত অসম মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১২ গৰাকী ছাত্ৰ-ছাত্ৰী, কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ২ গৰাকী ছাত্ৰ-ছাত্ৰী, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা পৰিচালিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৮ গৰাকী ছাত্ৰ-ছাত্ৰী, কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১ গৰাকী ছাত্ৰীক ফুলাম গামোচা, কিতাপৰ টোপোলা, কলম আৰু নগদ ধনেৰে সম্বৰ্ধনা জনোৱা হয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0