Home ৰাজ্যডিফুত পঞ্চম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

ডিফুত পঞ্চম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

by News Desk
A+A-
Reset
aac15558-f5b7-4d63-8548-cb1087fc9fce

ছাইদুল ইছলাম, ডিফুঃ সমগ্ৰ বিশ্বৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ’ল আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস৷

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ, কাৰ্বি আংলং জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ এনএইছএমৰ যৌথ উদ্যোগত কাছা স্পৰ্টছ কমপ্লেক্সৰ ইণ্ড’ৰ ষ্টেডিয়ামত আয়োজন কৰা যোগ কাৰ্যসূচীত বহু সংখ্যক লোক, ছাত্ৰ-ছাত্ৰী আৰু সেনা-চি আৰপিএফৰ জোৱানে অংশগ্ৰহণ কৰাৰ উপৰি সাংসদ হৰেণচিং বে, কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ,  প্ৰাক্তন বিধায়ক বিদ্যাছিং ইংলেঙ, পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহি, কেইবাগৰাকী ইএম আৰু বহু গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0