Home ৰাজ্যবিজেপি চৰকাৰৰ ফোঁপোলা স্বৰূপ

বিজেপি চৰকাৰৰ ফোঁপোলা স্বৰূপ

by News Desk
A+A-
Reset
d8e289e3-fd1e-42e8-86c6-9af7a34ae1e5

জহিৰুল ইছলাম, বিলাসীপাৰাঃ নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত দক্ষিণ কাজাইকাটা অপ্ৰদেশীকৰণ এমই মাদ্ৰাছাখনত ২০৭ জন তথা  সৰ্বোচ্চ পৰ্য্যায়ৰ ছাত্ৰ-ছাত্রী আৰু ২০০৫ চনৰ Recognition থকাৰ ফলত দক্ষিণ কাজাইকাটা অপ্ৰদেশীকৰণ এমই মাদ্ৰাছাৰ শিক্ষকদ্বয়ৰ চাকৰিৰ সময় সীমা উকলি যোৱাৰ পথত তথাপিও শিক্ষকদ্বয়ে নিজে পেটত গামোচা বান্ধি লগতে পৰিয়াল বৰ্গক গামোচা বান্ধি ৰাখি থৈ শিক্ষাৰ মায়া-মমতা এৰিব নোৱাৰৰ ফলত দক্ষিণ কাজাইকাটা এমই মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীক হাই প্ৰফাইল বাবে শিক্ষাদান দি আহিছে। 

তথাপিও আজি পৰ্যন্ত এমই মাদ্ৰাছাখন প্ৰাদেশীকৰণ নোহোৱাৰ ফলত বিজেপি চৰকাৰ খন কুম্ভ-কৰ্ণ নিদ্ৰাত বুলি পৰিলক্ষিত হৈছে৷ উল্লেখনীয় যে, মাদ্ৰাছাখনৰ শিক্ষকদ্বয় হ’ল জানিক আলী শ্বেখ প্ৰধান শিক্ষক, সজমান আলী সহকাৰী শিক্ষক, সামচ উদ্দিন সহকাৰী শিক্ষক, আজিবৰ ৰহমান বি, এচ, ছি, আব্দুল বাৰিকুল আহমেদ সহকাৰী শিক্ষক, ইমদাদুল ইছলাম এৰাবিক শিক্ষক, আব্দুল বাতেন চকীদাৰ, বুলি জানিব পৰা গৈছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0