Home ৰাজ্যআৰক্ষীৰ তৎপৰতাত চামতাত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ

আৰক্ষীৰ তৎপৰতাত চামতাত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ

by News Desk
A+A-
Reset
d00f5014-cdcf-4fad-95e4-96c75edb41ed

দিগন্ত বৰ্মণ, চামতাঃ পশ্চিম নলবাৰীৰ চামতাত আৰক্ষীৰ তৎপৰতাত শনিবাৰে বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধ জব্দ কৰে। নলবাৰী আৰু বেলশৰ আৰক্ষীয়ে শনিবাৰে দুপৰীয়া যুটীয়াভাৱে চলোৱা অভিযানত চামতাৰ শান্তনু মেডিক’জ নামৰ ফাৰ্মাচী খনৰপৰা বৃহৎ পৰিমানৰ অবৈধ ভাৱে মজুত ৰখা নিচাযুক্ত ঔষধ জব্দ কৰাৰ লগতে ফাৰ্মাচী খনৰ স্বত্বাধিকাৰী মিন্টু বৰ্মনক আটক কৰে৷ 

জব্দ হোৱা নিচাযুক্ত ঔষধ সমূহৰ ভিতৰত আছে স্পষ্টিকৰণ ভন টেবলেট ৯০ পেকেট, নিত্রভন টেবলেট ৯০ পেকেট, পিভন টেবলেট ৭২ পেকেট আৰু বহু পৰিমানৰ নিচাযুক্ত ঔষধৰ বটল আদি৷ কিছুদিন পূৰ্বেও চামতাৰ আন এখন ফাৰ্মাচীৰ পৰাও নিচাযুক্ত দ্ৰব্য উদ্ধাৰ হৈছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0