Home ৰাজ্যদুবেলা দুমুঠি ভাতৰ বাবে কাম কৰে শিশুৰপৰা বয়োজ্যেষ্ঠজনলৈ

দুবেলা দুমুঠি ভাতৰ বাবে কাম কৰে শিশুৰপৰা বয়োজ্যেষ্ঠজনলৈ

by News Desk
A+A-
Reset
Screenshot (607)-crop

ফখৰুল ইছলাম,দৰংঃ এখন গাঁও, যিখন গাঁৱত শিশুৰপৰা বয়োজেষ্ঠজনলৈ পুৱাৰপৰা গধূলিলৈকে কাম কৰিব লাগে দুবেলা দুমুঠি বাবে। সৰু ডাঙৰ টুকুৰী বা খাচা বনোৱাত পুৰুষৰ সমানে সমানে দিনটো ব্যস্ত হৈ পৰে গাঁওখনৰ মহিলাসকলেও। দৰং জিলাৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত ন- মাটি নামৰ বিশাল এলেকাটোৰ এটা অংশ ১৫০ টা পৰিয়ালে বসবাস কৰি আছে। 

যদিও এই সকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালে বৰ্তমানেও পোৱা নাই কোনো চৰকাৰী সাহাৰ্য। সৰ্বদিশত অৱহেলিত এই পৰিয়ালকেইটাৰ নাই খেতি মাটি। একঠা-দুকঠা মাটি সম্পত্তিৰে জীৱন নিৰ্বাহ কৰা গাঁওবাসীয়ে টুকুৰী বা খাছা বনাবলৈ আৰম্ভ কৰে ১৯৭০ চনৰপৰা। প্ৰথম অৱস্থাত সিমান চাহিদা নাছিল যদিও সময় বাগৰাৰ লগে লগে ইয়াৰে চাহিদা বৃদ্ধি পাবলৈ ধৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0